কেবিনেট
                
                
                
                
                
                
                    
                    
                        কেন্দ্রীয় তালিকাত থকা অন্যান্য পিছপৰা শ্রেণীৰ মাজত আৰু উপ-শ্রেণী বিভাজনৰ বিষয়সমূহ চালি-জাৰি চাবলৈ সংবিধানৰ ৩৪০ নং ধাৰা অনুসৰি গঠিত আয়োগৰ কার্যকালৰ ম্যাদ বৃদ্ধিত কেবিনেটৰ অনুমোদন
                    
                    
                        
                    
                
                
                    Posted On:
                31 JUL 2019 3:45PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত কেন্দ্রীয় তালিকাত থকা অন্যান্য পিছপৰা শ্রেণীৰ মাজত আৰু উপ-শ্রেণী বিভাজনৰ বিষয়সমূহ চালি-জাৰি চাবলৈ সংবিধানৰ ৩৪০ নং ধাৰা অনুসৰি গঠিত আয়োগৰ কার্যকালৰ ম্যাদ ২০১৯ৰ ৩১ জুলাইৰ পৰিৱৰ্তে ২০২০ চনৰ ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়৷
লাভালাভঃ
প্ৰস্তাৱিত ম্যাদ বৃদ্ধিৰ সিদ্ধান্তৰ ফলত অন্যান্য পিছপৰা শ্রেণীৰ মাজত আৰু উপ-শ্রেণী বিভাজনৰ বিষয়সমূহকলৈ সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে আলাপ-আলোচনাৰ যিমানেই সুযোগ পাব, সিমানেই এক সুসংবদ্ধ প্ৰতিবেদন জমা দিয়াৰ ক্ষেত্রতো পর্যাপ্ত সময় পাব৷
                                                                        ******                                    
VRRK/PK/SH/DB
                
                
                
                
                
                (Release ID: 1581008)
                Visitor Counter : 131
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam