প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম বাৰ্ষিকী উপলক্ষে লোকমান্য বাল গংগাধৰ তিলকলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 JUL 2019 2:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে লোকমান্য বাল গংগাধৰ তিলকলৈ শ্ৰদ্ধাঞ্জলি জনায়৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “লোকমান্য বাল গংগাধৰ তিলকক তেওঁৰ জন্মজয়ন্তী উপলক্ষে কোটি কোটি প্ৰণাম জনাইছো৷ দেশভক্তিৰ ভাৱনাৰে ওতঃপ্ৰোতভাৱে জড়িত তিলক এনে এগৰাকী স্বাধীনতা সেনানী আছিল, যিগৰাকীয়ে পূৰ্ণ স্বৰাজৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল৷ দেশবাসীয়ে কৃতজ্ঞচিত্তে তেওঁৰ এই অৱদানক সদায় স্মৰণ কৰি থাকিব৷”
*****
VRRK/SH/DB
(ৰিলিজ আই ডি : 1580060)
অতিথি কক্ষ : 79