প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহিলাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণজয়ী ডুটি চান্দক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 10 JUL 2019 12:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰা ডুটি চান্দক অভিনন্দন জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, প্রতিভাবান এগৰাকী ক্রীড়াবিদৰ অভাৱনীয় সাফল্য৷ মহিলাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ জয়ৰ দুর্লভ সন্মান অৰ্জন কৰা ডুটি চান্দক বহুত বহুত অভিনন্দন জনাইছো৷ তুমি ভাৰত গৌৰৱান্বিত কৰিলা

***

AKT/SH/DB



(Release ID: 1578178) Visitor Counter : 74