প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দৃষ্টিহীনসকলৰ উপযোগী এলানি নতুন মুদ্রা মুকলি কৰিলে প্ৰধানমন্ত্রীয়ে

प्रविष्टि तिथि: 07 MAR 2019 12:09PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী জি নতুন দিল্লী লোককল্যাণ মার্গত আয়োজিত এক অনুষ্ঠানদৃষ্টিহীনসকলৰ উপযোগী এলানি তুন মুদ্রা মকুলি কৰে৷ আজি মুকলি কৰা মুদ্রাসমূহ হৈছে টকা, টকা, টকা, ১০ টকা আৰু ২০ টকাৰ মুদ্ৰা

অনুষ্ঠানলৈ একাংশ দৃষ্টিহীন শিশুসকল বিশেষভাৱে আমন্ত্রণ জনোৱা হয়৷ দৃষ্টিহীন শিশুসকল আপ্যায়ন ৰি প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰাৰ লগতে তেওঁলোক সৈতে মত বিনিময়ৰ সুযোগ পোৱাৰ বাবে সকলোকে ধন্যবাদ জনায়

নতুন মুদ্রাসমূহ মুকলি ৰি প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় ৰকাৰে সমান্তৰ প্ৰান্তীয় লোকসকলেও যাতে সুবিধা লাভ কৰিব পাৰে, সেই লক্ষ্যৰে কা ৰি আহিছে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তথা দৃষ্টিহীনসকল বিষয়টোত গুৰুত্ব আৰোপ কৰি জি নতুন মুদ্রাসমূহ মুকলি কৰা হৈছে৷

প্রধানমন্ত্রীয়ে কয় যে পৃথক বৈশিষ্ট্যসম্পন্ন বিভিন্ন মূল্যৰ এই নতুন মুদ্রাসমূহে দৃষ্টিহীনসকল বিশেষ উপকাৰ সাধন কৰিব৷ দৃষ্টিহীন লোকসকলে এই মুদ্রাসমূহ জৰিয়তে উপকৃত হোৱাৰ লগতে তেওঁলোক  আত্মবিশ্বাসো বৃদ্ধি কৰিব৷

দিব্যাংগসকল কল্যাণাৰ্থে কেন্দ্রীয় ৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টা কথা উল্লেখ ৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সকলো প্রচেষ্টা দিব্যাংগসকলৰ অনুকূল কৰি তোলাৰ প্ৰতি চৰকাৰ অতি সংবেদনশীল।

প্ৰধানমন্ত্ৰীয়ে এই মুদ্রাসমূহৰ ক্সা ৰচনাৰ কৰাৰ বাবে জাতীয় ক্সা প্রণয়ন প্রতিষ্ঠান, ছিকিউৰিটী প্রিণ্টিং এণ্ড মিণ্টিং কর্পৰে ণ্ডিয়া লিমিটেডৰ লগতে বিত্ত মন্ত্ৰালয়কো ধন্যবাদ জনায়৷

দৃষ্টিহীন শিশুসকল সৈতে কৰা বাৰ্তালাপত প্রধানমন্ত্রীয়ে তেওঁলোকক ধন্যবাদ জনাই কয় যে বিশেষভাবে সক্ষম লোকসকল স্বার্থৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নতুন মুদ্রাসমূহৰ প্ৰচলন আৰম্ভ কৰা হৈছে৷ এই নতুন মুদ্রাসমূহ বজাৰত প্ৰচলন জৰিয়তে তেওঁলোক দৈনন্দিন জীনযাপন আৰু অধিক সহজ হৈ পৰিব৷

দৃষ্টিহীন লোকসকলে যাতে সহজে এই নতুন মুদ্ৰাসমূহ ব্যহাৰ ৰিব পাৰে, তাৰ বাবে একাধিক বিশেষ বৈশিষ্ট্যসম্পন্ন দি ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে। নতুন মুদ্রাসমূহৰ আকাৰ আৰু ওজন বৃদ্ধি কৰা হৈছে। ২০ টকাৰ মুদ্রাটোকোনো খাঁজ অবিহনে  ১২টা পল থাকিব৷ বাকী মুদ্রাসমূহ ঘুৰণীয়া আকৃতিৰ

অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী শ্রী ৰু জেটলি, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী পন ৰাধাকৃষ্ণণো  উপস্থিত থাকে৷

*****

AKT/VJ/SKS/DB


(रिलीज़ आईडी: 1568596) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Tamil , Telugu , Kannada , Malayalam