প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিল্লীৰ কেৰল বাগৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 12 FEB 2019 12:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ কেৰল বাগত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘দিল্লীৰ কেৰল বাগৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷’’

 

***

 

AKT/ VJ/MANN



(Release ID: 1564417) Visitor Counter : 45