প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী অম্বৰীশৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 25 NOV 2018 9:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অম্বৰীশৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী অম্বৰীশক তেওঁৰ স্মৰণীয় অভিনয়ৰ বাবে এগৰাকী অভিনেতা আৰু ৰাজনীতিলৈ আগবঢ়োৱা অনবদ্য বৰঙণি বাবে সদায় মনত ৰাখিব৷ কৰ্ণাটকৰ কল্যানৰ বাবে ৰাজ্যিক তথা কেন্দ্ৰীয় পৰ্যায়ত মাত মাতিছিল৷ তেওঁৰ বিয়োগত দুখিত হৈছো৷ তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷

*****

AKT/KP?DB


(ৰিলিজ আই ডি : 1553794) অতিথি কক্ষ : 70
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Gujarati , Tamil , Kannada