প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বায়ু সৈন্যবাহিনী দিৱসৰ দিনা বায়ু যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ অভিবাদন
Posted On:
08 OCT 2018 12:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু সৈন্যবাহিনী দিৱসৰ দিনা বায়ু যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালক অভিবাদন জ্ঞাপন কৰে৷
‘‘এখন কৃতজ্ঞ ৰাষ্ট্ৰই আমাৰ বায়ু যুঁজাৰু তথা তেওঁলোকৰ পৰিয়ালক বায়ু সৈন্যবাহিনী দিৱসৰ দিনা অভিবাদন জনাইছে৷ তেওঁলোক আমাৰ আকাশ মাৰ্গ সুৰক্ষিত কৰি ৰাখে আৰু দুৰ্যোগৰ সময়ত মানৱীয় সহায় আগবঢ়ায়৷ ভাৰতীয় বায়ু সৈন্যবাহিনীক লৈ আমি গৌৰৱ কৰোঁ,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
***
AKT/SH /MANN
(Release ID: 1549118)
Visitor Counter : 71