প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ ১.২৫ কোটি টকাৰ ডিমাণ্ড ড্ৰাফট আগবঢ়ালে ড০ প্ৰণৱ পাণ্ডিয়াই

Posted On: 06 SEP 2018 2:06PM by PIB Guwahati

নিখিল বিশ্ব গায়ত্ৰী পৰিবাৰৰ মুৰব্বী ড০ প্ৰণৱ পাণ্ডিয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ ১.২৫ কোটি টকাৰ ডিমাণ্ড ড্ৰাফট আগবঢ়ায়।

***

AKT/SH/DB



(Release ID: 1545447) Visitor Counter : 65