প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

Posted On: 06 JUL 2018 12:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

‘‘তেওঁৰ জন্ম জয়ন্তীত, মই ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ৷’’

ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী এজন শ্ৰেষ্ঠ শিক্ষাবিদ, এজন সক্ষম প্ৰশাসক আৰু সাহসী যোদ্ধা আছিল যিয়ে ভাৰতৰ স্বাধীনতা তথা ঐক্যৰ বাবে যুঁজ দিছিল’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

*****

 

AKT/KP/MANN



(Release ID: 1538206) Visitor Counter : 65