প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পানী সংৰক্ষণৰ প্ৰতি পুনৰ অংগীকাৰবদ্ধ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 22 MAR 2018 10:23AM by PIB Guwahati

জল শক্তিৰ গুৰুত্বক প্ৰতিফলিত কৰাৰ বাবেই বিশ্ব জল দিৱস উদযাপন কৰা হয় আৰু ই পানী সংৰক্ষণৰ দিশত আমাক পুনৰ অংগীকাৰবদ্ধ কৰে।

যেতিয়া পানী সংৰক্ষণ হয়, তেতিয়া আমাৰ চহৰ, গাওঁ আৰু কঠোৰ পৰিশ্ৰম কৰা কৃষকসকল ব্যাপক হাৰত লাভান্বিত হয়। বিশ্ব জল দিৱসত এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে।

*****

AKT/ VJ/DB


(रिलीज़ आईडी: 1525800) आगंतुक पटल : 90
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Gujarati , Tamil , Kannada