প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ কৰ্ণাটকবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 15 JAN 2018 12:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ কৰ্ণাটকবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ কৰ্ণাটকবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনক।"

 

 

***

AKT/HS/PRK


(रिलीज़ आईडी: 1516942) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Kannada