পোষ্ট কৰা হৈছে:
25 NOV 2026 2:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিটি আয়োগৰ উপাধ্যক্ষ শ্ৰী অশোক কুমাৰ লাহিড়ীৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য'ত ভাৰতৰ কৰ্মশক্তিৰ বাবে সামাজিক সুৰক্ষাৰ পৰিসৰৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰা হৈছে।
শ্ৰী লাহিড়ীয়ে ইপিএফৰ দৰমহাৰ সীমা বৃদ্ধি আৰু অধিক শ্ৰমিকক ভৱিষ্যনিধি, পেন্সন আৰু বীমা সুৰক্ষাৰ অধীনত অনাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি কেনেদৰে বিস্তৃত পৰিসৰে কৰ্মচাৰী ধৰি ৰখা, কৰ্মশক্তিৰ স্থিৰতা আৰু নিযুক্তিৰ অধিক আনুষ্ঠানিকতাক সমৰ্থন কৰিব সেই বিষয়ে আলোচনা কৰে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ
‘ভাৰতৰ কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষাৰ পৰিসৰ সম্প্ৰসাৰিত কৰা।
@NITIAayog ৰ উপাধক্ষ্য শ্ৰী অশোক কুমাৰ লাহিড়ীয়ে ইপিএফৰ দৰমহাৰ সীমা বৃদ্ধি আৰু অধিক শ্ৰমিকক ভৱিষ্যনিধি, পেন্সন আৰু বীমা সুৰক্ষাৰ অধীনলৈ অনাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ বিষয়ে লিখিছে।
তেওঁ আলোচনা কৰে যে কেনেদৰে বিস্তৃত পৰিসৰে কৰ্মচাৰী ধৰি ৰখা, কৰ্মশক্তিৰ স্থিৰতা আৰু নিযুক্তিৰ অধিক আনুষ্ঠানিকতাক সমৰ্থন কৰিব।
https://www.livemint.com/opinion/online-views/epfo-wage-ceiling-hike-25000-workers-social-security-benefits-11795167904065.html
via NaMo App’
****
MJPS/SS/SS/MK