প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী গুৰু নানক দেৱ জীৰ পৰকাশ পুৰব উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 24 NOV 2026 8:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ পৰকাশ পুৰবৰ শুভ উপলক্ষত সমগ্ৰ দেশৰ সকলো জনসাধাৰণলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স-ৰ এটা পোষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছে;

শ্ৰী গুৰু নানক দেৱ জীৰ পৰকাশ পুৰবৰ শুভ উপলক্ষত আন্তৰিক শুভেচ্ছা জনালো।

তেওঁৰ কালজয়ী শিক্ষাই মানৱতাক পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

তেওঁৰ বাৰ্তাই আমাক দয়া, একতা আৰু সকলোৰে কল্যাণৰ ওপৰত আধাৰিত এখন সমাজ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰি থাকক।

 

ਸ਼੍ਰੀ ਗੁਰੂ ਨਾਨਕ ਦੇਵ ਜੀ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਦੇ ਪਵਿੱਤਰ ਮੌਕੇ ’ਤੇ ਨਿੱਘੀਆਂ ਮੁਬਾਰਕਾਂ।

ਉਨ੍ਹਾਂ ਦੀਆਂ ਸਦੀਵੀ ਸਿੱਖਿਆਵਾਂ ਲਗਾਤਾਰ ਮਨੁੱਖਤਾ ਦਾ ਮਾਰਗ-ਦਰਸ਼ਨ ਕਰ ਰਹੀਆਂ ਹਨ।

ਉਨ੍ਹਾਂ ਦਾ ਸੰਦੇਸ਼ ਸਾਨੂੰ ਦਇਆ, ਆਪਸੀ ਸਾਂਝ ਅਤੇ ਸਰਬੱਤ ਦੇ ਭਲੇ ’ਤੇ ਆਧਾਰਿਤ ਸਮਾਜ ਸਿਰਜਣ ਲਈ ਪ੍ਰੇਰਿਤ ਕਰਦਾ ਰਹੇ।”

****

MJPS/SS/VJ/SS/MK


(ৰিলিজ আই ডি : 2340798) অতিথি কক্ষ : 24