উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২০২৬ৰ ১৬ নৱেম্বৰত ওড়িশা ভ্ৰমণ উপ-ৰাষ্ট্ৰপতিৰ

পোষ্ট কৰা হৈছে: 15 NOV 2026 3:31PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে ১৬ নৱেম্বৰ ২০২৬ তাৰিখে ওড়িশা ভ্ৰমণ কৰিব।

 

উপ-ৰাষ্ট্ৰপতিয়ে ভুৱনেশ্বৰত ওড়িশা বিধানসভাৰ সদস্যসকলৰ বাবে আয়োজিত পৰিচয়মূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

 

ভ্ৰমণকালত তেওঁ কটকত শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ আইকনিক টাৱাৰ (একাডেমিক ভৱন) উদ্বোধনো কৰিব।

***

PR/ASM/VM/DD


(ৰিলিজ আই ডি : 2336654) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Malayalam