পোষ্ট কৰা হৈছে:
13 NOV 2026 2:07PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৩ নৱেম্বৰ, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত ক্ৰীড়া আৰু দুঃসাহসিক বঁটা ২০২৫ প্ৰদান কৰে।
এই বঁটাসমূহৰ ভিতৰত আছে দ্ৰোণাচাৰ্য বঁটা, ২০২৫; অৰ্জুন বঁটা, ২০২৫; তেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা, ২০২৪; আৰু ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ, ২০২৫।
বঁটা প্ৰাপকসকলৰ তালিকা চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক:

****
MJPS/SS/PRK/MK/MK