প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাতৃ দ্বিতীয়া (ভাই দুজ) উপলক্ষে ৰাষ্ট্ৰলৈ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 11 NOV 2026 8:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাই দুজৰ শুভ উপলক্ষত দেশৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ উৎসৱটো ভাই-ভনীৰ মাজত থকা মৰম আৰু গভীৰভাৱে শিপাই থকা আত্মীয়তাৰ প্ৰতীক। এই শুভ দিনটোত তেওঁ সকলোৰে সুখ, আনন্দ, সমৃদ্ধিৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত শ্বেয়াৰ কৰিছে:

‘দেশজুৰি থকা মোৰ পৰিয়ালৰ সদস্যসকললৈ ভাই দুজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

এই পবিত্ৰ উৎসৱ হৈছে ভাতৃ-ভগ্নীৰ মৰম আৰু গভীৰ সম্পৰ্কৰ প্ৰতীক।

এই শুভ উপলক্ষত সকলোৰে সুখ আৰু সমৃদ্ধি কামনা কৰিলো।’

 

***

MJPS/SS/PRK/HS


(ৰিলিজ আই ডি : 2334909) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Kannada , Malayalam