প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তামিলনাডুৰ ৰাজ্যপালৰ

পোষ্ট কৰা হৈছে: 06 NOV 2026 4:50PM by PIB Guwahati

নতুন দিল্লীত আজি তামিলনাডুৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ পোষ্টত কয়:

"তামিলনাডুৰ ৰাজ্যপাল শ্ৰী @rajendraarlekar-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।

MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2333872) অতিথি কক্ষ : 21