পোষ্ট কৰা হৈছে:
06 NOV 2026 1:53PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণন দীপোৎসৱত অংশগ্ৰহণ কৰিবলৈ ৭ নৱেম্বৰত অযোধ্যালৈ যাব।
ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিয়ে শ্ৰীৰাম জন্মভূমি মন্দিৰত পূজা-অৰ্চনা আগবঢ়াব আৰু অযোধ্যাত প্ৰভু শ্ৰীৰামৰ প্ৰতীকী ৰাজ্যাভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ সাধু-সন্তসকলকো সন্মানিত কৰিব।
***
PR/ASM/VM/BC