প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাৰ

পোষ্ট কৰা হৈছে: 26 OCT 2026 8:36PM by PIB Guwahati

তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে 'এক্স'ত উল্লেখ কৰে:

 

"তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

 

****

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2328779) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Malayalam