ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২২ৰ পৰা ২৩ অক্টোবৰলৈ ছত্তীশগড় ভ্ৰমণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে

পোষ্ট কৰা হৈছে: 21 OCT 2026 6:29PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ ২২ৰ পৰা ২৩ অক্টোবৰলৈ ছত্তীশগড় ভ্ৰমণ কৰিব।২২ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰায়পুৰৰ লোকভৱনত পূজ্য মাতা হাছি দেৱী জীৰ সন্মানাৰ্থে এটা স্মাৰক মুদ্ৰা উন্মোচন কৰিব।সেইদিনাই তেওঁ ৰায়পুৰত নুৱাখাই উৎসৱ উপলক্ষ্যে আয়োজিত ‘সেৱা সন্মান পৰ্ব’ আৰু ‘যুৱ প্ৰবোধন’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।২৩ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে জগদলপুৰত বাস্তাৰ দশেৰা উপলক্ষে আয়োজিত মুৰিয়া দৰবাৰত উপস্থিত থকাৰ লগতে এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

 

****

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2326342) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Malayalam