প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ এফ-৪৬ শাখাৰ জেভেলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰা অজিত সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 19 OCT 2026 10:16PM by PIB Guwahati

এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ এফ-৪৬ শাখাৰ জেভেলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰা অজিত সিঙক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ।

শ্ৰী মোদীয়ে তেওঁৰ অসাধাৰণ দক্ষতা আৰু প্ৰতিযোগিতামূলক মনোভাৱৰ ভূয়সী প্ৰশংসা কৰে। লগতে ভৱিষ্যতৰ সকলো প্ৰচেষ্টাতে তেওঁ যাতে সফলতা অৰ্জন কৰে  তাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এইদৰে প্ৰকাশ কৰিছে—

“অজিত সিঙে অসাধাৰণ দক্ষতা আৰু প্ৰতিযোগিতামূলক মনোভাৱৰ পৰিচয় দিছে। এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ এফ-৪৬ শাখাৰ জেভেলিন থ্ৰ’ত তেওঁ ৰূপৰ পদক অৰ্জন কৰিছে। তেওঁক অভিনন্দন জনাইছোঁ। আগন্তুক দিনবোৰত তেওঁৰ সকলো প্ৰচেষ্টাতে সফলতা কামনা কৰিলোঁ।”

 

@narendramodi”

 

****

MJPS/SS/ST/DM


(ৰিলিজ আই ডি : 2325638) অতিথি কক্ষ : 11