প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্লুমবাৰ্গ নিউ ইক’নমি ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনকৰ

পোষ্ট কৰা হৈছে: 13 OCT 2026 10:07PM by PIB Guwahati

ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনকে নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু ৰাজহুৱা সেৱাত ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অভিনন্দন জনায়।

এক্সৰ এটা পোষ্টত সুনকে প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতা, কৰ্ম নৈতিকতা আৰু উদ্যমক প্ৰশংসা কৰে আৰু ভাৰত-ইউ কেৰ সম্পৰ্ক বিশেষকৈ বাণিজ্য, প্ৰযুক্তি আৰু এআইৰ ক্ষেত্ৰত শক্তিশালী হোৱাৰ ওপৰত আলোকপাত কৰে।

এই পোষ্টৰ প্ৰত্যুত্তৰত এক্সৰ এটা পোষ্টত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়:

‘আজি ব্লুমবাৰ্গ নিউ ইক’নমি ফ’ৰামত আপোনাৰ লগত মিলিত হৈ ভাল লাগিল!’

 

*****

MJPS/SS/ST/HS


(ৰিলিজ আই ডি : 2323146) অতিথি কক্ষ : 5