প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ সময়ত মা কুষ্মাণ্ডাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 OCT 2026 9:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাৰ চতুৰ্থ ৰূপ মা কুষ্মাণ্ডাক প্ৰাৰ্থনা কৰে।

তেওঁৰ অসীম শক্তিয়ে সকলো নাগৰিকৰ জীৱনলৈ নতুন আশা, সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক বুলি প্ৰধানমন্ত্ৰীয়ে কামনা কৰে।

শ্ৰী মোদীয়ে এক্সত লিখিছে;

‘আজি নৱৰাত্ৰিত দেৱী মাতাৰ চতুৰ্থ ৰূপ মা কুষ্মাণ্ডাৰ উপাসনাৰ নিয়ম আছে। তেওঁৰ অসীম শক্তিয়ে সকলো দেশবাসীৰ জীৱনলৈ নতুন আশা, সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনক।’

 

****

MJPS/SS/ST/HS


(ৰিলিজ আই ডি : 2323094) অতিথি কক্ষ : 6