প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বায়ুসেনা দিৱসত বায়ু সেনা জোৱানসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 08 OCT 2026 8:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বায়ুসেনা দিৱস উপলক্ষে বায়ুসেনা যোদ্ধাসকলক শুভেচ্ছা জ্ঞাপন কৰে।

দেশৰ আকাশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সাহস আৰু দায়বদ্ধতাৰ শলাগ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত তেওঁলোকৰ বাবে গৌৰৱান্বিত।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছেঃ

"ভাৰত আমাৰ বায়ু যোদ্ধাসকলৰ বাবে গৌৰৱান্বিত।

বায়ু সেনা দিৱসত আমি তেওঁলোকৰ সাহস আৰু আমাৰ আকাশ সুৰক্ষিত কৰাৰ সংকল্পক অভিবাদন জনাইছো! "

*****

MJPS/SS/PRK/DD


(ৰিলিজ আই ডি : 2320642) অতিথি কক্ষ : 2