প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কল্যাণ, প্রজ্ঞা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 10 SEP 2026 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে কল্যাণ, মংগল, সুৰক্ষা, শান্তি, প্রজ্ঞা আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰিটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে। এই সুভাশিতম ভগৱান ইন্দ্ৰ, ভগৱান সূৰ্য, ভগৱান গৰু আৰু ভগৱান বৃহস্পতিৰ আশীৰ্বাদ কামনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰিছ -

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

সুভাশিতমত এই বুলি কোৱা হৈছে যে ভগৱান ইন্দ্ৰই আমা কল্যাণৰ বাবে আশীৰ্বাদ প্ৰদান কৰকসমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞানী আৰু সকলোৰে ৰক্ষাৰী ভগৱান সূৰ্যই আমাৰ বাবে মংগল কঢ়িয়াই আনক। বাধাসমূহ আঁতৰ কৰা ভগৱান গৰুড়ে আমা সকলোকে সুৰক্ষা প্ৰদান কৰক। জ্ঞানৰ প্ৰভু ভগৱান বৃহস্পতিয়ে আমাক শান্তি, প্রজ্ঞা আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰক।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছ;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।


स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”



***********


MJPS/SS/ST/NB


(ৰিলিজ আই ডি : 2308588) অতিথি কক্ষ : 12