প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উৎসাহ আৰু দৃঢ়তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 AUG 2026 10:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে জ্ঞানী আৰু সংকল্পবদ্ধ লোকসকলে প্ৰতিকূল পৰিস্থিতিতো তেওঁলোকৰ উৎসাহ নেহেৰুৱায়।

              প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে -

                 “आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः।

                   इति प्रबोधितस्तेन कथञ्चिद् दृढबुद्धिना।।”

            এই হিতোপদেশত  প্ৰকাশ কৰা হৈছে যে প্ৰকৃততে বুদ্ধিমান লোকসকলে প্ৰতিকূল তথা কঠিন পৰিস্থিতিতো কেতিয়াও নিজৰ উৎসাহ নেহেৰুৱায় বুলি স্থিৰ আৰু সংকল্পবদ্ধ মনৰ জ্ঞানী লোকসকলে বুজি পায় ।

            শ্ৰী মোদীয়ে এক্সত  এটা পোষ্টত কৈছে;

                     “आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः।

                      इति प्रबोधितस्तेन कथञ्चिद् दृढबुद्धिना।।”

 

*****

MJPS/SS/ST/DD


(रिलीज़ आईडी: 2301430) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Gujarati , Telugu , Kannada , Malayalam