ৰেল মন্ত্ৰালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু অসামান্য সেৱাৰ বাবে উৎকৃষ্টতা পদক প্ৰদান কৰে
ৰেলৱে ব'ৰ্ডৰ সহকাৰী নিৰাপত্তা আয়ুক্ত শ্ৰী ৰাজেশ লালক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক প্ৰদান কৰা হয়
১৫ জন বিষয়া/কৰ্মচাৰীয়ে উৎকৃষ্ট সেৱাৰ বাবে পদক লাভ কৰে
प्रविष्टि तिथि:
14 AUG 2026 7:21PM by PIB Guwahati
২০২৬ চনৰ স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে আৰ পি এফ/আৰ পি এছ এফৰ তলত উল্লেখ কৰা বিষয়া আৰু কৰ্মচাৰীসকলক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু উৎকৃষ্টতা সেৱা পদক প্ৰদান কৰিছে।
বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক (পিএছএম) :
১/ ৰেলৱে ব’ৰ্ডৰ সহকাৰী নিৰাপত্তা আয়ুক্ত শ্ৰী ৰাজেশ লাল
অসামান্য সেৱাৰ বাবে উৎকৃষ্টতা পদক (এম এছ এম) :
১/ উত্তৰ-পূৰ্বাঞ্চল ৰেলৱেৰ প্ৰধান মুখ্য নিৰাপত্তা আয়ুক্ত শ্ৰী সত্য প্ৰকাশ
২/ দক্ষিণ ৰেলৱেৰ সহকাৰী নিৰাপত্তা আয়ুক্ত শ্ৰী চি এছ চেংগাপ্পা
৩/ উত্তৰ-পূব ৰেলৱেৰ সহকাৰী নিৰাপত্তা আয়ুক্ত শ্ৰী কৃষ্ণ কুমাৰ মিশ্ৰ
৪/ উত্তৰ-মধ্য ৰেলৱেৰ সহকাৰী নিৰাপত্তা আয়ুক্ত শ্ৰী বিবেক ভাৰ্মা
৫) ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ পৰিদৰ্শক শ্ৰী মণি তাৰো
৬) ৰেল সুৰক্ষা বিশেষ বাহিনীৰ পৰিদৰ্শক শ্ৰী বৰুণ প্ৰসাদ লাহিৰী
৭) দক্ষিণ পশ্চিম ৰেলৱেৰ উপ-পৰিদৰ্শক শ্ৰী এইচ কে ডদ্দাইয়া
৮) উত্তৰ-পূব ৰেলৱেৰ উপ-পৰিদৰ্শক শ্ৰী কৈলাশ প্ৰসাদ
৯) উত্তৰ ৰেলৱেৰ উপ-পৰিদৰ্শক শ্ৰী নৰেশ কুমাৰ
১০) দক্ষিণ-মধ্য ৰেলৱেৰ উপ-পৰিদৰ্শক শ্ৰী গুৰু প্ৰসাদ নাগাৰিকান্তি
১১) ৰেলৱে সুৰক্ষা বিশেষ বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক (এম টি) শ্ৰী ৰাম প্ৰসাদ মীনা
১২) দক্ষিণ ৰেলৱেৰ সহকাৰী উপ-পৰিদৰ্শক শ্ৰী ই অৰুণ মালি
১৩) উত্তৰ-মধ্য ৰেলৱেৰ সহকাৰী উপ-পদৰ্শক শ্ৰী বিকাশ কুমাৰ
১৪) উত্তৰ ৰেলৱেৰ সহকাৰী উপ-পৰিদৰ্শক শ্ৰী নিৰাজ আহলাৱত
১৫) মধ্য ৰেলৱেৰ হেড কনিষ্টবল শ্ৰী শংকৰ শিৱস্বামী এডলে
***
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/ Vikas Jha / Khanindra Deka
(रिलीज़ आईडी: 2299627)
आगंतुक पटल : 10