প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 08 AUG 2026 8:53PM by PIB Guwahati

আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ ডাঙৰীয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

@CMOfficeUP

 

***

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2296723) অতিথি কক্ষ : 55