গৃহ মন্ত্ৰালয়
ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি ভাৰতৰ জৰীপ মানচিত্ৰত মান্যতাপ্ৰাপ্ত স্থান আৰু অৱস্থানৰ নাম অনুসৰি অৰুণাচল প্ৰদেশত অৱস্থিত ২৭টা স্থান/ভৌগোলিক বৈশিষ্ট্য চিনাক্ত কৰিছে
ভাৰতৰ জৰীপ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ এই বৈশিষ্ট্যসমূহ আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ উদ্দেশ্য হৈছে ইয়াৰ সঠিক চিনাক্তকৰণৰ সুবিধা আৰু অধিক জনসচেতনতা সৃষ্টি কৰা
प्रविष्टि तिथि:
07 AUG 2026 5:35PM by PIB Guwahati
ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি ভাৰতৰ জৰীপ (এছ অ আই) মানচিত্ৰত মান্যতাপ্ৰাপ্ত স্থান আৰু ভৌগোলিক বৈশিষ্ট্যৰ নামেৰে অৰুণাচল প্ৰদেশত অৱস্থিত মুঠ সাতাইশটা (২৭) স্থান/অৱস্থান চিনাক্ত কৰিছে। এই বৈশিষ্ট্যসমূহ আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ উদ্দেশ্য হৈছে ইয়াৰ সঠিক চিনাক্তকৰণৰ সুবিধা আৰু অধিক জনসচেতনতা সৃষ্টি কৰা।
ভাৰতৰ জৰীপ মানচিত্ৰত চিহ্নিত অৰুণাচল প্ৰদেশৰ এই সাতাইশটা (২৭) স্থান/ভৌগোলিক অৱস্থান তলত দিয়া ধৰণৰ :
|
অৰুণাচল প্ৰদেশ (২৭)
|
|
ক্ৰমিক নং
|
ঠাইৰ নাম
|
ভৌগোলিক গঠন
|
|
১
|
লংজু
|
ভূমি অঞ্চল
|
|
২
|
মাজা
|
ভূমি অঞ্চল
|
|
৩
|
বিছা
|
ভূমি অঞ্চল
|
|
৪
|
ডি জো লা
|
পাছ
|
|
৫
|
ৰিজা লা
|
পাছ
|
|
৬
|
পুকুৰ লা
|
পাছ
|
|
৭
|
থাগ লা
|
পাছ
|
|
৮
|
সম্ভো সৰোবৰ
|
হ্ৰদ
|
|
৯
|
বৰা কুন্দুন
|
ভূমি অঞ্চল
|
|
১০
|
চোটা কুন্দুন
|
ভূমি অঞ্চল
|
|
১১
|
ধন বৰি
|
ভূমি অঞ্চল
|
|
১২
|
প্ৰিটনগৰ
|
ভূমি অঞ্চল
|
|
১৩
|
বুদ্ধমন্দিৰ
|
ভূমি অঞ্চল
|
|
১৪
|
জয়ৰামপুৰ
|
ভূমি অঞ্চল
|
|
১৫
|
টেৰিটনগৰ
|
ভূমি অঞ্চল
|
|
১৬
|
ৰামনগৰ
|
ভূমি অঞ্চল
|
|
১৭
|
যশৱন্ত গড়
|
ভূমি অঞ্চল
|
|
১৮
|
সাগৰ
|
ভূমি অঞ্চল
|
|
১৯
|
পদ্মা
|
ভূমি অঞ্চল
|
|
২০
|
জ্যোতিনগৰ
|
ভূমি অঞ্চল
|
|
২১
|
বৈশাখী
|
ভূমি অঞ্চল
|
|
২২
|
শ্বেৰ-ই-থাপা মেমোৰিয়েল
|
স্মাৰক
|
|
২৩
|
চোটা ৰপুক
|
ভূমি অঞ্চল
|
|
২৪
|
বৰা ৰপুক
|
ভূমি অঞ্চল
|
|
২৫
|
শিৱাজী নগৰ
|
ভূমি অঞ্চল
|
|
২৬
|
চূণপূৰা
|
ভূমি অঞ্চল
|
|
২৭
|
কমলাং নগৰ
|
ভূমি অঞ্চল
|
অতিৰিক্ত স্থান/ভৌগোলিক বৈশিষ্ট্যসম্পন্ন অৱস্থানকে ধৰি অৰুণাচল প্ৰদেশৰ মানচিত্ৰ https://surveyofindia.gov.in/pages/state-mapsত চাব পাৰিব।
*****
RK/RR/PR/PS/KD
(रिलीज़ आईडी: 2296352)
आगंतुक पटल : 8