প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ জেভেলিনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে যশ বীৰ সিঙক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 AUG 2026 8:49AM by PIB Guwahati

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ জেভেলিন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যশ বীৰ সিঙক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যশ বীৰ সিঙে তেওঁৰ উদ্যম আৰু নিষ্ঠাক প্ৰতিফলিত কৰি এটা আকৰ্ষণীয় থ্ৰ’ উপহাৰ দিলে।

শ্ৰী মোদীয়ে তেওঁৰ এই কৃতিত্বই বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰি তেওঁৰ ভৱিষ্যত দিনৰ প্ৰচেষ্টাৰ বাবে আন্তৰিক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

'পুৰুষ জেভেলিন ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে যশ বীৰ সিঙক অভিনন্দন!তেওঁৰ উদ্যম আৰু নিষ্ঠাক প্ৰতিফলিত কৰি এক আকৰ্ষণীয় থ্ৰ' উপহাৰ দিলে।তেওঁৰ এই কৃতিত্বই বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব।আগন্তুক দিনৰ  প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনালোঁ।

***


MJPS/SS/ST/DM


(रिलीज़ आईडी: 2292886) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , English , Urdu , हिन्दी , Marathi , Gujarati , Malayalam