প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 31 JUL 2026 1:06PM by PIB Guwahati

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;

‘ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai য়ে আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।

@ChhattisgarhCMO

****

MJPS/SS/ST/NB


(ৰিলিজ আই ডি : 2292421) অতিথি কক্ষ : 40