প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছোনমক চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ আহ্বান আৰু তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 JUL 2026 6:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছোনমক চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ দৈনন্দিন ৰুটিন বৰ্তাই ৰাখিবলৈ আৰু যিমান সোনকালে সম্ভৱ তেওঁৰ পূৰ্বৰ ওজন ঘূৰাই আনিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয় যে তেওঁ সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা জনাইছে--ছোনম সুস্থ হৈ থাকক।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কৈছেঃ

"মই ছোনমক চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ ৰুটিন অনুসৰণ কৰিবলৈ আৰু অতি সোনকালে তেওঁৰ পূৰ্বৰ ওজন ঘূৰাই আনিবলৈ অনুৰোধ জনাইছো।

মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ছোনম সুস্থ হৈ থাকক।

@Wangchuk66

@GitanjaliAngmo"

*******

MJPS/SS/PRK/HS


(रिलीज़ आईडी: 2288785) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam