প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জ্ঞান, দক্ষতা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 JUL 2026 12:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে দেশৰ যুৱক-যুৱতীসকলে জ্ঞান আহৰণ কৰি, নতুন দক্ষতা বিকাশৰ লগতে সুস্বাস্থ্যক অগ্ৰাধিকাৰ দি ভাৰতৰ ভৱিষ্যতক গঢ় দিয়াৰ ক্ষেত্ৰত এক শক্তিশালী দিশ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই গুণবোৰে কেৱল ব্যক্তিসকলক শক্তিশালী কৰাই নহয়, ৰাষ্ট্ৰ নিৰ্মাণতো গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰিছে -

“धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्।

लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा।।”

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

विद्या से विवेक, कौशल से विकास और उत्तम स्वास्थ्य से हर संकल्प को सिद्धि मिलती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर देश की पहचान को और सशक्त बना रहे हैं।

বিজ্ঞতাই প্রজ্ঞাৰ দিশলৈ লৈ যায়, দক্ষতাই বিকাশৰ দিশলৈ লৈ যায় আৰু সুস্বাস্থ্যই প্ৰতিটো সংকল্প পূৰণ কৰে। আজি আমাৰ যুৱপ্ৰজন্মই এই গুণবোৰ আহৰণ কৰি দেশৰ পৰিচয় অধিক শক্তিশালী কৰি তুলিছে।

धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्।

लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा।।

***

MJPS/SS/VJ/DD


(ৰিলিজ আই ডি : 2284728) অতিথি কক্ষ : 41