প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সামূহিক উৎসাহ আৰু কাৰ্য্যই ৰাষ্ট্ৰক সমৃদ্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম্ শ্বেয়াৰ
प्रविष्टि तिथि:
24 JUN 2026 3:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি গুৰুত্ব আৰোপ কৰে যে সামূহিক সমৰ্পণ আৰু প্ৰচেষ্টাৰ জৰিয়তে ৰাষ্ট্ৰৰ সমৃদ্ধি অটল হৈ থাকে। এই মনোভাৱে সমাজক নতুন শক্তি প্ৰদান কৰে আৰু উন্নয়নৰ সংকল্পসমূহ পূৰণ কৰাৰ পথ প্ৰশস্ত কৰে। প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে -
"यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥"
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
‘সামূহিক সমৰ্পণ আৰু অধ্যবসায়ৰ দ্বাৰা ৰাষ্ট্ৰৰ সমৃদ্ধি অক্ষুণ্ণ থাকে। এই মনোভাৱে সমাজক নতুন শক্তি প্ৰদান কৰে আৰু উন্নয়নৰ সংকল্পসমূহ পূৰণ কৰাৰ পথ প্ৰশস্ত কৰে।
यत्रोत्साहसमारम्भो यत्रालस्यविहीनता।
नयविक्रमसंयोगस्तत्र श्रीरचला ध्रुवम्॥‘
***
MJPS/SS/VJ/MK
(रिलीज़ आईडी: 2277428)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam