প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 11 JUN 2026 6:12PM by PIB Guwahati

তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু চি যোচেফ বিজয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;

‘তামিলনাডুৰ মুখ্যমন্ত্ৰী@TVKVijayHQ প্ৰধানমন্ত্ৰী@narendramodi ক সাক্ষাৎ কৰে।

@CMOTamilnadu’

****

MJPS/SS/ST/MK


(ৰিলিজ আই ডি : 2271980) অতিথি কক্ষ : 55