পোষ্ট কৰা হৈছে:
28 MAY 2026 1:59PM by PIB Guwahati
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
The Prime Minister’s Office posted on X;
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
‘মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী @Dev_Fadnavis য়ে আজি প্ৰধানমন্ত্ৰী @narendramodi ৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।
@CMOMaharashtra’
********
MJPS/SS/ST/MK