প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে 'মন কী বাত'ৰ ১২৮ সংখ্যক খণ্ডৰ কিছু অংশ শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 30 NOV 2025 5:25PM by PIB Guwahati

এক্সৰ ওপৰত পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“নৱেম্বৰ মাহটো বহু অনুষ্ঠানৰ ভিতৰত অন্যতম যিয়ে ১৪০ কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰিব, ইয়াৰে কিছুমান হ’ল-

অযোধ্যাত ধৰ্ম ধ্বজৰোহন উৎসৱ।

ভগৱান বীৰছা মুণ্ডাৰ ১৫০ তম জন্ম বাৰ্ষিকী উদযাপন।

বন্দে মাতৰমৰ ১৫০ বছৰ।

ভাৰতে বিশ্বব্যাপী এম আৰ অ’ হাব হোৱাৰ ওচৰ চাপিল।

শক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ এক সজীৱ প্ৰতীক আই এন এছ মাহেৰ কমিচনিং।

স্কাইৰুট এৰোস্পেচৰ ইনফিনিটি কেম্পাছ উদ্বোধন।

খাদ্য উৎপাদনত ভাৰতে অভিলেখ গঢ়িছিল।

“ভাৰতৰ পৰা অহা বৌদ্ধ ধ্বংসাৱশেষে ভূটান, থাইলেণ্ড, ৰাছিয়া, মংগোলিয়া আদি দেশত অতি বিশেষ আদৰণি লাভ কৰিছে যিয়ে ভগৱান বুদ্ধৰ চিন্তাধাৰাই আমাক কেনেকৈ সংযোগ কৰে আৰু আমাক অনুপ্ৰাণিত কৰে তাৰ ইংগিত দিয়ে।

 

***


(रिलीज़ आईडी: 2254839) आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu