প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভগৱান মহাবীৰৰ বাৰ্তাত এক আচৰিত প্ৰেৰণা নিহিত হৈ আছে বুলি এক সংস্কৃত হিতোপ্ৰদেশ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
31 MAR 2026 10:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে কয় যে সত্য, সম্প্ৰীতি, সদ্ভাৱ আৰু সমতাৰ ওপৰত আধাৰিত ভগৱান মহাবীৰৰ বাৰ্তাসমূহত এক সুন্দৰ প্ৰেৰণা আছে। "তেওঁৰ মহান চিন্তাধাৰা সদায়েই মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতো্প্ৰদেশ শ্বেয়াৰ কৰে-
“श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥”
এক্সত প্ৰধানমন্ত্ৰীয়ে লিখে;
সততা, সম্প্ৰীতি, সদ্ভাৱ আৰু সমতাৰ ওপৰত আধাৰিত ভগৱান মহাবীৰৰ বাৰ্তাসমূহৰ মাজত এক সুন্দৰ প্ৰেৰণা আছে। তেওঁৰ মহান চিন্তাধাৰা সদায়েই মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব।
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्।
आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥”
***
MJPS/VJ/DB
(ৰিলিজ আই ডি : 2247267)
অতিথি কক্ষ : 5