পোষ্ট কৰা হৈছে:
20 MAR 2026 1:23PM by PIB Guwahati
দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী তৰনজিৎ সিং ছান্ধুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
"দিল্লীৰ উপ-ৰাজ্যপাল Shri @SandhuTaranjitS প্ৰধানমন্ত্ৰীক @narendramodi
সাক্ষাৎ কৰে।"
https://x.com/pmoindia/status/2034899182742646863?s=46
***
MJPS/PRK/HS