প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পবিত্ৰ ৰমজান মাহ উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

পোষ্ট কৰা হৈছে: 18 FEB 2026 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিতে ভাৰতবাসী আৰু বিশ্ব সমাজলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ  এটা পোষ্টত শ্ৰী মোদীয়ে কয়-

“ৰমজান মুবাৰক!

এই শুভ মাহটোৱে আমাৰ সমাজক একত্ৰিত কৰাৰ মনোভাৱক আৰু আগুৱাই লৈ যাওক। সকলোতে শান্তি আৰু সমৃদ্ধি বিৰাজ কৰক।”

 

****

MJPS/SR/DM


(ৰিলিজ আই ডি : 2230086) অতিথি কক্ষ : 6