প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেনেদৰে কাৰ্বন আহৰণে ভাৰতৰ পৰৱৰ্তী ইস্পাত বিপ্লৱক শক্তি প্ৰদান কৰিব পাৰে, সেই সন্দৰ্ভত প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 11 FEB 2026 1:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পৰৱৰ্তী ইস্পাত বিপ্লৱক কাৰ্বন আহৰণে কেনেদৰে শক্তি প্ৰদান কৰিব পাৰে, সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। ‘কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীয়ে লিখিছে যে নেট জিৰো ২০৭০ প্ৰতিশ্ৰুতি, কৌশলগত বিনিয়োগ, হাইড্ৰ’জেন উদ্যোগ আৰু আন বহুতো দিশত আমাৰ প্ৰচেষ্টাই কেনেদৰে বিকাশ, গোলকীয় প্ৰতিযোগিতা আৰু বিকশিত ভাৰতৰ পথত নেতৃত্ব দিব!’, শ্ৰী মোদীয়ে কয়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ ডি কুমাৰাস্বামীৰ প্ৰবন্ধৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছেঃ

‘কাৰ্বন আহৰণে ভাৰতৰ পৰবৰ্তী ইস্পাত বিপ্লৱক শক্তিশালী কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @hd_kumaraswamy-এ লিখিছে যে নেট জিৰো ২০৭০ প্ৰতিশ্ৰুতি, কৌশলগত বিনিয়োগ, হাইড্ৰ’জেন উদ্যোগ আৰু আন বহুতো দিশত আমাৰ প্ৰচেষ্টাই কেনেদৰে বিকাশ, গোলকীয় প্ৰতিযোগিতা আৰু বিকশিত ভাৰতৰ পথত নেতৃত্ব দিব!

অধিক জানিবৰ বাবে প্ৰবন্ধটো পঢ়ক…’

***

MJPS/VJ/NB


(ৰিলিজ আই ডি : 2226351) অতিথি কক্ষ : 17