প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সকলোকে লহৰীৰ ওলগ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 13 JAN 2026 5:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লহৰী উপলক্ষে সকলোকে ওলগ জনাইছে।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“সকলোকে লহৰীৰ আন্তৰিক ওলগ জনালো!”

**

MJPS/SR/SB


(ৰিলিজ আই ডি : 2214367) অতিথি কক্ষ : 30