প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 22 DEC 2025 3:33PM by PIB Guwahati

বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নিতীশ কুমাৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত প্ৰকাশ কৰিছে;

 

 

"বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী @NitishKumar, উপ মুখ্যমন্ত্ৰী শ্ৰী @samrat4bjp আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @LalanSingh_1 য়ে আজি প্ৰধানমন্ত্ৰীক @narendramodi সাক্ষাৎ কৰে।"

 

 

***

MJPS/ST/NB


(ৰিলিজ আই ডি : 2207609) অতিথি কক্ষ : 47