গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আহমেদাবাদত ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতে সুযোগ পোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰতিগৰাকী নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰিছে

আমাৰ ভাৰতক বিশ্বব্যাপী ক্ৰীড়াৰ কেন্দ্ৰস্থললৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীৰ এয়া প্ৰমাণ

এক দশকৰো অধিক সময়ৰ তপস্যাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী জীয়ে বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তুলিছে আৰু ফলপ্ৰসূ শাসন তথা নিৰৱচ্ছিন্ন দলীয় কামৰ জৰিয়তে আমাৰ দেশৰ সম্ভাৱনাক উন্নীত কৰিছে

Posted On: 26 NOV 2025 7:59PM by PIB Guwahati

২০৩০ চনৰ কমনৱেলথ গেমছ আহমেদাবাদত আয়োজন কৰাৰ বাবে ভাৰতে সুযোগ পোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰতিজন গৰাকী নাগৰিকলৈ অভিনন্দন জ্ঞাপন কৰিছে।

‘এক্স’ৰ  এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে “২০৩০ চনৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতে সন্মানীয় দাবীত জয়ী হোৱাৰ লগে লগে প্ৰতিজন নাগৰিকক অভিনন্দন।আমাৰ ভাৰতক বিশ্বব্যাপী ক্ৰীড়াৰ কেন্দ্ৰস্থললৈ  ৰূপান্তৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীডী জীৰ দৃষ্টিভংগীৰ এয়া প্ৰমাণ । এক দশকৰো অধিক সময়ৰ তপস্যাৰ জৰিয়তে, মোদী জীয়ে বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তুলিছে আৰু ফলপ্ৰসূ শাসন তথা  নিৰৱচ্ছিন্ন দলীয় কামৰ জৰিয়তে আমাৰ দেশৰ সম্ভাৱনাক উন্নীত কৰিছে।”

 

 

RK / RR / PS/DM


(Release ID: 2195117) Visitor Counter : 4