প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়ধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
प्रविष्टि तिथि:
24 NOV 2025 11:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছে:
ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলো। তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ।
MJPS/SR/DD
(रिलीज़ आईडी: 2193561)
आगंतुक पटल : 21
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam