প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 22 AUG 2023 6:29PM by PIB Guwahati

২০২৩ চনৰ ২২ আগষ্টৰ বিয়লি জোহান্সবাৰ্গত উপস্থিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী।

প্ৰধানমন্ত্ৰীক বিমানবন্দৰত দক্ষিণ আফ্ৰিকাৰ উপ-ৰাষ্ট্ৰপতি পল শ্বিপোকোছা মাছাটিলে উষ্ম আদৰণি জনায়। এই উপলক্ষে এক আড়ম্বৰপূৰ্ণ আদৰণি অনুষ্ঠানৰো আয়োজন কৰা হয়।

 

***

DS/AK


(रिलीज़ आईडी: 2188284) आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam