প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 05 NOV 2025 10:04AM by PIB Guwahati

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি  সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

 

“অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা  @himantabiswa ই কালি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী @narendramodi ক সাক্ষাৎ কৰে।"

 

@CMOfficeAssam

***

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2186621) অতিথি কক্ষ : 46