প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাই দুজ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
23 OCT 2025 9:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ ভাই দুজ উপলক্ষে সমগ্ৰ দেশৰ নাগৰিকসকলক তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছেঃ
"আপোনালোক সকলোকে ভাই দুজৰ শুভেচ্ছা জনাইছো। ভাই-ভনীৰ পাৰস্পৰিক প্ৰেম আৰু বিশ্বাসৰ প্ৰতীক এই উৎসৱে সকলোৰে জীৱনত সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক। এই সম্পৰ্কই এক নতুন শক্তি লাভ কৰক, সেইটোৱেই কামনা কৰিছো "
***
MJPS/SR/MK
(ৰিলিজ আই ডি : 2181722)
অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam