প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনাবলৈ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 20 OCT 2025 9:56PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণ জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

“উপ-ৰাষ্ট্ৰপতি থিৰু চিপি ৰাধাকৃষ্ণণ  জীক সাক্ষাৎ কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।"

@VPIndia

@CPR_VP

 

***

MJPS/VJ//DM


(रिलीज़ आईडी: 2181188) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam