প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ধনটেৰছ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 OCT 2025 8:52AM by PIB Guwahati

ধনটেৰছ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।

"এই পবিত্ৰ অনুষ্ঠানত সকলোৰে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছো। ভগৱান ধনৱন্তৰীয়ে সকলোকে নিজৰ আশীৰ্বাদ বৰ্ষণ কৰক", শ্ৰী মোদীয়ে কয়।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দেশজুৰি মোৰ পৰিয়ালৰ সকলো সদস্যলৈ বহু ধনটেৰছৰ শুভেচ্ছা জনালোঁ। এই শুভক্ষণত সকলোৰে সুখ, সৌভাগ্য আৰু স্বাস্থ্যৰ কামনা কৰিলোঁ। ভগৱান ধনৱন্তৰীয়ে সকলোৰে আশীৰ্বাদ বৰ্ষণ কৰক।"

***

MJPS/VJ/DB


(रिलीज़ आईडी: 2180780) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam